ৰাষ্ট্ৰীয় চেইলিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন অসম কন্যাৰ।
ৰূপৰ পদক অৰ্জন সৰুপথাৰৰ নগাজৰি দ’চুক গাঁৱৰ নিশামণি বৰাৰ।
১৩ৰ পৰা ১৭ এপ্ৰিললৈ গোৱাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা।
প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল নিশামণি বৰাই।
উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা চেইলৰ হিচাপে পৰিগণিত নিশামণি।

