জামিন বিচাৰি হাহাকাৰ শ্যামকানু মহন্তৰ।
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ জুবিন হত্যাত অভিযুক্ত শ্যামকানু মহন্ত।
জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে শ্যামকানু মহন্ত।
কাইলৈ উচ্চতম ন্যায়ালয়ত হ’ব জামিন আবেদনৰ শুনানি।
বিশেষ ফাষ্টট্ৰেক আদালত আৰু উচ্চ ন্যায়ালয়ত বাৰে বাৰে মুখথেকেচা খোৱাৰ পিছত এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ শ্যামকানু মহন্ত।
মুখথেকেচা খোৱাৰ পাছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যামকানু মহন্ত।

