১ আগষ্টৰ পৰা অসমৰ জনতাই আকৌ পাব আঁচনিৰ সুবিধা।
অৰুণোদয়, ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে সুখবৰ।
‘১ আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ কাম আৰম্ভ হ’ব’।
‘সকলো আঁচনিৰ ধন মুকলি কৰা হ’ব’।
কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

