Breaking

২০২৩ বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডছত উজলিল অসম সন্তান

0 60

২০২৩ বৰ্ষৰ ফিল্মফেয়াৰ বঁটাত জিলিকিল অসম সন্তান।

বলীউডৰ গুৰুত্বপূৰ্ণ ফিল্মফেয়াৰ এৱাৰ্ডছত উজলিল অসম সন্তান বৰপেটাৰ সুমন অধিকাৰীয়ে আজুৰিলে দুটাকৈ বঁটা।

কাহিনী, চিত্রনাট্য শিতানত দুটা বঁটা লাভ সুমন অধিকাৰীৰ।

সৰ্বমুঠ চাৰিটা শিতানত বঁটা লাভ কৰে ‘বধাই দো’ ছবিখনে।

Leave A Reply