ৰাজ্য চৰকাৰৰ ৩ অসামৰিক বঁটা ঘোষণা


ৰাজ্য চৰকাৰৰ ৩ অসামৰিক বঁটা ঘোষণা।

২৬ৰ বিষ্ণু ৰাভা বঁটা নৃত্য শিতানত প্ৰদান কৰা হ’ব মাণিক বৰবায়নক।

২৬ৰ বিষ্ণু ৰাভা বঁটা চাৰুকলা শিতানত প্ৰদান কৰা হ’ব মধুসূদন দাসক।

২৬ৰ সতী সাধনী বঁটা প্রদান কৰা হ’ব গীতা উপাধ্যায়ক।

২০ জুন বিষ্ণু ৰাভা দিৱসত প্ৰদান কৰা হ’ব এই বঁটা।

২৫ৰ আজান পীৰ বঁটা প্ৰদান কৰা হ’ব ছামচুদ্দিন আহমেদক।

Related Articles