Breaking

বৰপেটাৰোডত IPLৰ জুৱাৰীৰ পৰা জব্দ ১ লাখ ৬৯ হাজাৰ টকা উদ্ধাৰ…

0 29

বৰপেটাৰোডত IPLৰ জুৱাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। কেইবাঘণ্টা ধৰি চলা অভিযানৰ অন্তত আটক ইন্তাজ আলী পাঠানক।

ইন্তাজ আলীৰ পৰা জব্দ ১ লাখ ৬৯ হাজাৰ টকা। জুৱাত ব্যৱহৃত আপত্তিজনক নথি-পত্ৰ জব্দ। বালাভিঠাত চলোৱা অভিযানত আটক আন দুটা জুৱাৰী।

আটক নুৰজামাল আলী আৰু মকবুল হুছেইনক। নগদ ২ হাজাৰ ৪০০ টকা, ৮খন নম্বৰ বিক্ৰী কৰা বহী উদ্ধাৰ।

Leave A Reply