Breaking

নিৰ্বাচনৰ পূৰ্বেই অৰুণাচল প্ৰদেশত জয়লাভ ১০গৰাকী বিজেপি প্ৰাৰ্থীৰ…

0 12

নিৰ্বাচনৰ পূৰ্বেই অৰুণাচল প্ৰদেশত জয়লাভ ১০গৰাকী বিজেপি প্ৰাৰ্থীৰ। বিধানসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ পেমা খাণ্ডুসহ ১০গৰাকীকৈ প্ৰাৰ্থীৰ।

টাৱাং জিলাৰ মুক্ত’ বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে পেমা খাণ্ডুয়ে।

উল্লেখ্য, ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচন।

Leave A Reply