Breaking

মালয়ছিয়াত দুৰ্ঘটনাত পতিত দুখন হেলিকপ্টাৰত ১০জন জোৱানৰ মৃত্যু…

0 19

মালয়ছিয়াত দুৰ্ঘটনাত পতিত দুখন হেলিকপ্টাৰ। আকাশতে নৌসেনাৰ দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ।

দুৰ্ঘটনাত মালয়ছিয়া নৌসেনাৰ ১০জন জোৱানৰ মৃত্যু। দুৰ্ঘটনাত পতিত এখন HOM (M503-3) হেলিকপ্টাৰ,

Fennec (M502-6)। নৌসেনাৰ এক সমাৰোহৰ বাবে প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

Leave A Reply