October 5, 2023 ছিকিমত ২২ জন সেনাৰ জোৱানসহ ১২০ গৰাকী লোক সন্ধানহীন… Share FacebookXWhatsAppTelegramKooEmail প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ছিকিমত। বৰ্তমানলৈকে মৃত্যু ১৪জন লোকৰ। ২২ জন সেনাৰ জোৱানসহ সন্ধানহীন ১২০ গৰাকী লোক। ভাৰতীয় সেনাৰ ত্ৰিশক্তি ক’ৰ্পৰ সেনাই চলাইছে উদ্ধাৰ অভিযান। Author: দৈনন্দিন বাৰ্তা Related Articles আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল টুপামাৰীৰ বোৱাৰী জেহেনা আকতাৰ, অৰ্জন কৰিলে তিনিটাকৈ পদক দৈনন্দিন বাৰ্তা - October 11, 2026 ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক , গুৰুগ্ৰামৰ বাসগৃহৰ পৰা জিম্মাত ল’লে দিল্লী আৰক্ষীয়ে দৈনন্দিন বাৰ্তা - October 10, 2026 সদৌ গুৱাহাটী মহানগৰ চুতীয়া ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন দৈনন্দিন বাৰ্তা - October 8, 2026