Breaking

ছিকিমত ১৭ মাইললৈ স্থানান্তৰ পূব ছিকিমত আবদ্ধ ১,২১৭গৰাকী পৰ্যটক ! মাজনিশালৈ উদ্ধাৰ অভিযান অব্যাহত…

0 30

ছিকিমত মাজনিশালৈ উদ্ধাৰ অভিযান অব্যাহত। ১৭ মাইললৈ স্থানান্তৰ পূব ছিকিমত আবদ্ধ ১,২১৭গৰাকী পৰ্যটকক।

তুষাৰপাত, প্ৰতিকূল বতৰৰ বাবে আবদ্ধ হৈছিল পৰ্যটকসকল।

ইতিমধ্যে গেংটকৰ পৰা ১৭ মাইললৈ ৰাওনা ছিকিম প্ৰশাসনৰ দল। পৰ্যটকসকলক গৰম কাপোৰ, চিকিৎসা, খাদ্য প্ৰদান সেনাৰ।

Leave A Reply