Breaking

মাৰ্ঘেৰিটাত ১২৫ টা নামঘৰ একত্ৰিতহৈ চাৰিদিনিয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান আৰম্ভ….

0 266

বিশ্বৰ লগতে দেশত মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । তেনে সময়তে বিশ্ব শান্তি আৰু বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণৰ  বাবে গুৰুজনাৰ সৃষ্টি ভাগৱতখনি মাৰ্ঘেৰিটাৰ মহকুমাৰ নামঘৰসমূহৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ জম্মোৎসৱ, উদযাপন সমিতিৰ সৌজন্যত প্ৰায় ১২৫,টা নামঘৰ একত্ৰিত হৈ  চাৰিদিনিয়া বণাধ্য কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগ মাৰ্ঘেৰিটাৰ নিউকলনিস্থিত সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ বৰনামঘৰত আয়োজন কৰা হৈছে ।

প্ৰথম দিনা নাম-প্ৰসঙ্গ দ্বাৰা অনুস্থান  আৰম্ভণি কৰে তাৰ পাছতেই চাৰিদিনিয়া অবিৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আৰম্ভ হয়, অসমৰ বিভিন্ন ঠাইৰ পৰা ব্যাখ্যাকাৰ উপস্থিত থাকিব বুলি জানিব দিয়ে।

Leave A Reply