Breaking

পাচলি কঢ়িওৱা গাড়ীত উদ্ধাৰ ১৪ টা গৰু-মহ!

0 1,257

গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ আৰক্ষী অভিযানত আটক কৰে পাচলি কঢ়িওৱা এখন গাড়ী ।গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ হয় ১৪ টা গৰু মহ।WB 63 B -1388 নম্বৰৰ পাচলি সৰবৰাহ কৰা গাড়ীৰ ভিতৰত আছিল ১৪ টা গৰু – মহ।গাড়ীখনত মুঠ ১৪ টা গৰু – মহ ভৰি বন্ধা থকা অৱস্থাত শিমুলটাপু আৰক্ষীয়ে উদ্বাৰ কৰে ।গাড়ীখনত দহটা মহ – চাৰিটা গৰু আছিল।

গাড়ীখনৰ চালক আমিৰ হুছেইন আৰু সহ চালক অসীম বৰ্মণক ইতিমধ্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৰিছে।

Leave A Reply