হডিং পৰি নিহত ১৪ জনকৈ লোক, আহত ৭০ৰো অধিক।
মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
ধুমুহা-বৰষুণৰ বাবেই ভাঙি পৰে ১০০ ফুট ওখ ফ্রেমসহ হডিঙখন।
মুম্বাই পৌৰ নিগমে প্ৰদান কৰা তথ্য অনুসৰি হৰ্ডিঙৰ তলৰ পৰা মুঠ ৮৮ জন লোকক উদ্ধাৰ কৰা হৈছে।
এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে ৪৩ জন লোক।