দুনীৰ্তি নিৰ্বাৰক আৰু তদাৰকী শাখাৰ হাতত আটক হোৱা ইকবাল আহমেদৰ ঘৰত উদ্ধাৰ ১৪,৫৬,৫০০ নগদ টকা

দুনীৰ্তি নিৰ্বাৰক আৰু তদাৰকী শাখাৰ হাতত আটক হোৱা ইকবাল আহমেদৰ ঘৰত উদ্ধাৰ ১৪,৫৬,৫০০ নগদ টকা

অনুজ্ঞাপত্ৰ দিয়া নামত এজন ব্যক্তি পৰা দ্বিতীয় কিস্তিত ৩০হাজাৰ টকা উৎকোচ লৈ দুনীৰ্তি নিৰ্বাৰক আৰু তদাৰকী শাখা হাতত গ্ৰেপ্তাৰ হোৱা যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ৰেঞ্জাৰ ইকবাল আহমেদক লগত লৈ তেওঁ নগৰ গীতাৰ্থী স্কুলৰ সমীপত থকা বাসগৃহতো অভিযান চলায় আৰু অভিযান কালত দুনীৰ্তি নিৰ্বাৰক শাখায়ে নগদ ১৪,৫৬,৫০০ টকা সহ সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।

আনহাতে ত্ৰিশ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা বিষযা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় ৰ্যে – ৰাইজৰ সহযোগত দুনীৰ্তি গ্ৰস্থ বিষয়া কৰ্মচাৰী বিৰুদ্ধে অভিযান অব্যাহত থাকিব আৰু কোনো কাৰণ থমকি নৰয় কাৰণ দুই এজনে আমাক বেয়া পাইছিল কিয় ইমান কঠোৰ হ’ব লাগে

Related Articles