Breaking

১৮ পাকিস্তানীক দিয়া হ’ল ভাৰতীয় নাগৰিকত্ব ! লগতে গুজৰাটত বসতি স্থাপন কৰি থকা ১,১৬৭ শৰণাৰ্থীক আহমেদাবাদ জিলাত নাগৰিকত্ব প্ৰদান…

0 21

ওঁঠৰ পাকিস্তানীক দিয়া হ’ল ভাৰতীয় নাগৰিকত্ব। গুজৰাটৰ গৃহ ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱীয়ে শনিবাৰে আহমেদাবাদৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ১৮ জন পাকিস্তানী নাগৰিকক প্ৰদান কৰিলে ভাৰতীয় নাগৰিকত্ব।

এই লোকসকল বহু বছৰ আগতে পাকিস্তানৰ পৰা আহি ভাৰতত আছিল। ইয়াৰ লগতে গুজৰাটত বসতি স্থাপন কৰি থকা ১,১৬৭ শৰণাৰ্থীক আহমেদাবাদ জিলাত নাগৰিকত্ব প্ৰদান কৰা হৈছে।


ইয়াৰ লগতে গুজৰাটত বসতি স্থাপন কৰি থকা ১,১৬৭ শৰণাৰ্থীক আহমেদাবাদ জিলাত নাগৰিকত্ব প্ৰদান কৰা হৈছে।

Leave A Reply