January 30, 2021 ডিটেনচন কেম্পত বন্দী ১৯ গৰাকী বাংলাদেশৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজ্যৰ বিভিন্ন কাৰাগাৰ আৰু ডিটেনচন কেম্পত বন্দী হৈ থকা বাংলাদেশৰ ১৯ গৰাকী নাগৰিকক ২৮ জানুৱাৰী তাৰিখে স্বদেশলৈ ওভতাই পঠোৱা হয়। নিয়ম অনুসৰি তেওঁলোকে কাৰাগাৰৰ ম্যাদ শেষ কৰে আৰু সেয়ে তেওঁলোকক নিজ দেশলৈ প্ৰেৰণ কৰা হয়। Author: দৈনন্দিন বাৰ্তা Related Articles মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026 ২৫ আগষ্টৰ দিনটোতেই আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেমৰ সম্পৰ্ক দৈনন্দিন বাৰ্তা - August 25, 2026 বীৰ লাচিত সেনাৰ নেতা মানস চেতিয়াৰ বিয়োগ দৈনন্দিন বাৰ্তা - August 25, 2026