Breaking

শিৱসাগৰত ১৯ বছৰীয়া যুৱতীক নিৰ্যাতন; আৰক্ষীৰ গাফিলতিৰ অভিযোগ পৰিয়ালৰ

0 75

শিৱসাগৰৰ নামতিত এগৰাকী ১৯ বছৰীয়া কিশোৰীক যৌন আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

সূত্ৰ অনুসৰি বাবুল আলী নামৰ অভিযুক্তজন নামতি চাৰিআলিৰ ব্যৱসায়ী।

পৰিয়ালৰ লোকে নাজিৰা আৰু নামতি থানাত এজাহাৰ দাখিল কৰিছে।

আলীয়ে কিশোৰীগৰাকীক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা আৰু গোচৰটো গুৰুত্বসহকাৰে লোৱা নাই বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে অপৰাধীজনক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীৰ বিৰুদ্ধে।

Leave A Reply