May 5, 2024 ২.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পশ্চিম দিল্লী… Share FacebookTwitterWhatsAppTelegramKooEmail কিছু সময়ৰ পূৰ্বে ৰাজধানী দিল্লীত অনুভূত হয় মৃদু ভূমিকম্প। ৪.১৯ বজাত ২.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পশ্চিম দিল্লী। কিন্তু অতি কম তীব্ৰতাৰ বাবে অতি কম সংখ্যক লোকেহে উপলব্ধি কৰিব পাৰিছিল ভূমিকম্পৰ কম্পন। Author: দৈনন্দিন বাৰ্তা Related Articles সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026 জলবিস্ফোৰত বিধ্বস্ত নেপালঃ বানত নিখোজ হাজাৰ হাজাৰ লোক দৈনন্দিন বাৰ্তা - August 27, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026