Breaking

বিজেপি নেতাৰ ১২০ কিলোগ্ৰাম ওজনৰ ছাগলী চুৰি

0 51

চত্তীশগড়ত বিজেপি নেতা সুৰেশ গুপ্তাৰ ছাগলী চুৰি।

ছাগলী চুৰি কৰি নি ২৭ হাজাৰ টকাৰ বিনিময়ত মাটনৰ দোকানত বধ কৰাৰ অপৰাধত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ছাগলীটোৰ ওজন প্ৰায় ১২০ কিলোগ্ৰাম আছিল! যোৱা ৮ ফেব্ৰুৱাৰীত গুপ্তাৰ ঘৰৰ পৰা ১৮ লাখ টকাৰ গাড়ীৰে চুৰি কৰি লৈ যোৱা ‘শ্বেৰু’ নামৰ ছাগলীটো গুপ্তাই এজাহাৰ দাখিল কৰাৰ পিছতে ‘শ্বেৰু’ৰ সন্ধান উলিয়াবলৈ বিশেষ দল গঠন কৰে।

Leave A Reply