July 21, 2024 লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ২০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। অভিযানত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰীক। জব্দ ২০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। ধৃত সৰবৰাহকাৰীটো টেঙাগুৰিৰ ছাকিল আনোৱাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026