August 13, 2024 অসম আৰক্ষীৰ জালত ২০জনকৈ উগ্ৰপন্থী সংগঠনৰ সদস্য… Share FacebookTwitterWhatsAppTelegramKooEmail অসম আৰক্ষীৰ বৃহৎ সাফল্য৷ আৰক্ষীৰ জালত ২০জনকৈ উগ্ৰপন্থী সংগঠনৰ সদস্য৷ ১০টাকৈ ৰাইফল, মেগজিনসহ ৩টা পিষ্টল, ৫টা হেণ্ড গ্ৰেনেড উদ্ধাৰ৷ AK-47ৰ ৫৪ জাঁই সক্ৰিয় গুলী, ৯ ৰাউণ্ড পিষ্টলৰ গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে৷ Author: দৈনন্দিন বাৰ্তা Related Articles নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026 Nagaon by-election: নগাঁও উপ-নিৰ্বাচন: সংখ্যালঘু ভোটৰ বিভাজন ৰুধিবলৈ AIUDF আৰু TMCৰ কাষ চাপিছে কংগ্ৰেছ দৈনন্দিন বাৰ্তা - August 10, 2026 চীনক ভাৰতৰ উচিত প্ৰত্যুত্তৰ: ভাৰতৰ চৰকাৰী মানচিত্ৰত অৰুণাচলৰ ২৭টা স্থানৰ আনুষ্ঠানিক নামকৰণ দৈনন্দিন বাৰ্তা - August 8, 2026