Breaking

বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ২০২৩ৰ বিশ্বকাপ ক্ৰিকেট

0 54

২০২৩ চনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি ক্ৰিকেট বিশ্বকাপৰ বাবে ষ্টেডিয়ামৰ তালিকাত নাম আছে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ।

EspnCricinfo ৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিছে যে অহা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনত ৪৬ দিনত ৪৮খন খেল অনুষ্ঠিত হ’ব আৰু সমগ্ৰ ভাৰতৰ ১২খন চহৰত অনুষ্ঠিত হ’ব। এই চহৰসমূহৰ ভিতৰত আছে

আহমেদাবাদ, বেংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট, আৰু মুম্বাই।

Leave A Reply