Breaking

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব পাকিস্তানত! টিম ইণ্ডিয়া যাবনে পাকিস্তানলৈ…

0 27

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজন হ’ব পাকিস্তানত। এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল টিম ইণ্ডিয়া পাকিস্তানলৈ যাব নেকি? দীৰ্ঘদিনীয়া ব্যৱধানৰ অন্তত অহা বছৰ আই চি চিৰ দ্বিতীয় বৃহত্তম প্ৰতিযোগিতা অৰ্থাৎ চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। অৱশ্যে ইয়াৰ ভেন্যুক লৈ ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে। আচলতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজন হ’ব পাকিস্তানত।

এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল টিম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাব নে? ইফালে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ নতুন অধ্যক্ষ মহছিন নাকভিয়ে বিচিচিআইৰ সম্পাদক জয় শ্বাহৰ পৰা নিজৰ দলটো পাকিস্তানলৈ প্ৰেৰণ কৰাৰ আশ্বাস আশা কৰিছে। অৱশ্যে বৰ্তমান ইয়াৰ সম্ভাৱনা নাই।

Leave A Reply