Breaking

২২ মাৰ্চৰ পৰা প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ…

0 2,072

মহানগৰীৰ কৰ্তব্যৰত সাংবাদিক- সংবাদ কৰ্মীৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱে হাতত লৈছে আন এক কল্যাণকামী পদক্ষেপ। অহা ২২ মাৰ্চৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ। কোভিড-১৯ৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাৱৰ যুঁজ অব্যাহত আছে।

কৰোনাৰ সংহাৰৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাৱে সাংবাদিক- সংবাদ কৰ্মীৰ মাজত সফলতাৰে প্ৰদান কৰিছিল ভেকচিনৰ দুটা ড’জ। কাৰোনাক সম্পূৰ্ণৰূপে পৰাস্ত কৰাৰ বাবে অতি প্ৰয়োজনীয় বুষ্টাৰ ডজ প্ৰদান কৰা হ’ব এক শিবিৰত।

Leave A Reply