Breaking

বিটিএছৰ তাৰকা জিমিনৰ দৰে হ’বলৈ ১২টা প্লাষ্টিক চাৰ্জাৰীৰ অন্তত মৃত্যু ২২ বছৰীয়া কানাডাৰ অভিনেতাৰ…

0 33

বিটিএছৰ তাৰকা জিমিনৰ দৰে হ’বলৈ গৈ ১২টা প্লাষ্টিক চাৰ্জাৰীৰ অন্তত মৃত্যু কানাডাৰ এজন ২২ বছৰীয়া অভিনেতাৰ। বিটিএছৰ গায়ক জিমিনৰ দৰে দেখাবলৈ এবছৰৰ ভিতৰত ১২টা কচমেটিক চাৰ্জাৰী কৰি মৃত্যু মুখত কানাডাৰ ২২ বছৰীয়া অভিনেতা ছেইণ্ট ভন কলুচিৰ।

তেওঁৰ শেহতীয়া পদ্ধতিৰ জটিলতাৰ বাবে দক্ষিণ কোৰিয়াৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। ষ্ট্ৰীমিং নেটৱৰ্কৰ বাবে জিমিনৰ দৰে হ’বলৈ তেওঁ অস্ত্ৰোপচাৰৰ বাবে ২ লাখ ২০ হাজাৰ ডলাৰ খৰচ কৰিছিল।

Leave A Reply