Breaking

২৩ গৰাকী পাকিস্তানীৰ প্ৰাণ ৰক্ষা ভাৰতীয় নৌ সেনাৰ….

0 16

ভাৰতৰ নৌসেনাই আৰব সাগৰত ১২ ঘণ্টীয়া অভিযান চলাই ছোমালি জলদস্যুৰ পৰা কমেও ২৩জন পাকিস্তানী মাছমৰীয়াক উদ্ধাৰ কৰে।

১২ ঘণ্টাৰো অধিক সময় ধৰি কৌশলগত অভিযানৰ অন্তত ২৩ জন পাকিস্তানী নাগৰিকক নিৰাপদে উদ্ধাৰ কৰে ভাৰতীয় নৌসেনাই। ২৯ মাৰ্চৰ পুৱতি নিশা উদ্ধাৰ অভিযান আৰম্ভ হয়। মাজ সাগৰত ১২ ঘণ্টীয়া অভিযানৰ অন্তত উদ্ধাৰ ২৩ পাকিস্তানী।

Leave A Reply