Breaking

কাছাৰৰ কাটিগড়াত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত জব্দ ২৩০০ কেজি বাৰ্মিজ চুপাৰি…

0 22

কাছাৰৰ কাটিগড়াত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

অভিযানত জব্দ ২৩০০ কেজি বাৰ্মিজ চুপাৰি।

জব্দ এখন বলেৰ’ পিক আপ বাহন। বাহনৰ পৰা চালকৰ পলায়ন। সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।

Leave A Reply