Breaking

যোৰহাটৰ মাৰোৱাৰীপট্টিৰ ডকাইতিত জড়িত ৩ জনক আটক…

0 63

যোৰহাটৰ মাৰোৱাৰীপট্টিৰ ডকাইতিত জড়িত ৩ জনক আটক। পুৱতি নিশা শিৱসাগৰৰ পৰা তিনিওকে আটক যোৰহাট আৰক্ষীৰ।

আটক উপেন সৰকাৰ, বিজিত সৰকাৰ, অভিজিত সৰকাৰ। আটকাধীন আটাইকেইজনৰ ঘৰ শিৱসাগৰৰ পলাশনিত। বৰ্তমানেও পলাতক হৈ আছে অভিযুক্ত বিপ্লৱ কাকতি, পংকু দাস।

আটকাধীন তিনিওৰে পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪ লাখ ৫০ হাজাৰ টকা, দুখন KTM বাইক।

Leave A Reply