Breaking

দেৰগাঁৱৰ বালিজানত দুৰ্ঘটনাত আহত ৩০ গৰাকী JMCHত চিকিত্সাধীন ! আহতসকলৰ বাবে তেজৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰিছে চিকিৎসকে…

0 55

দেৰগাঁৱৰ বালিজানত দুৰ্ঘটনাত আহত ৫জন ICUত চিকিৎসাধীন। বৰ্তমানেও সংকটমুক্ত নহয় পাঁচোগৰাকী লোক। সংকটজনক অৱস্থাত JMCHত চিকিৎসাধীন ৩০গৰাকী লোক।

JMCHত চিকিত্সাধীন বালিজানত আহত ৩০ গৰাকী। সংকটজনক অৱস্থাত চিকিৎসাধীন আহতসকল। আহতসকলৰ বাবে তেজৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰিছে চিকিৎসকে।

JMCHত চিকিৎসাধীন আহতক প্ৰয়োজনীয় তেজৰ যোগান ধৰিব অসম সেনা, যোৰহাট জিলা আছুৱে।

Leave A Reply