Breaking

গৌৰৱ গগৈ, আব্দুল খালেকসহ নিলম্বিত লোকসভাৰ বিৰোধী দলৰ ৩৩ গৰাকী সাংসদ কোন কোন চাওক

0 48

চলি থকা সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ ভিতৰত প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ বাবে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি বিৰোধী দলৰ ৩৩জন সাংসদক নিলম্বন কৰে। লোকসভাত সংঘটিত নিৰাপত্তা ভংগ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই প্ৰতিবাদ সাংসদসকলৰ।

সোমবাৰে নিলম্বিত হোৱা সাংসদসকল হ’ল:


১) কল্যাণ বেনাৰ্জী – টি এম চি

২) এ. ৰাজা – ডি এম কে

৩) দয়ানিধি মৰাণ – ডি এম কে

৪)অপৰূপা পোদ্দাৰ – টি এম চি

৫) প্ৰসুন বেনাৰ্জী-টি এম চি

৬) ই টি মহম্মদ বছিৰ – আই ইউ এম এল

৭) গণেশন চেলভাম – ডি এম কে

৮) চি এন আন্নাদুৰাই – ডি এম কে

৯) অধিৰ ৰঞ্জন চৌধুৰী – INC

১০) টি সুমাথি – ডি এম কে

১১) কানি কে নভাছ – আই ইউ এম এল

১২) কালানিধি বীৰস্বামী – ডি এম কে

১৩) এন কে প্ৰেমচন্দ্ৰন – আৰ এছ পি

১৪) সৌগাতা ৰয় – টিএমচি

১৫) সতাব্দী ৰয় – টি এম চি

১৬) অসিত কুমাৰ মাল – টি এম চি

১৭) কৌশলেন্দ্ৰ কুমাৰ – জে ডি ইউ

১৮) এণ্ট’ এণ্টনি – আই এন চি

১৯) এছ এছ পালানিমানিকম – ডি এম কে

২০) প্ৰতিমা মণ্ডল – টিএমচি

২১) কাকোলি ঘোষ – টি এম চি

২২) কে মুৰালীধৰণ – আই এন চি

২৩) সুনীল মণ্ডল – টি এম চি

২৪) ৰামালিংগম চেলাপেৰুমাল – ডি এম কে

২৫) কোডিকুনেল সুৰেশ – আই.এন.চি

২৬) অমৰ সিং – আই এন চি

২৭) ৰাজমোহন উন্নীথান – আই.এন.চি

২৮) ছু. থিৰুনাভুকৰাছাৰ – INC

২৯) টি. আৰ. বালো – ডিএমকে

৩০) গৌৰৱ গগৈ – Inc

৩১) বিজয়কুমাৰ বসন্ত – Inc

৩২) ডাঃ ড. কে. জয়কুমাৰ – Inc

৩৩) আব্দুল খালেক – Inc

Leave A Reply