Breaking

পূব আফগানিস্তানৰ পৃথক পৃথক স্থানত পথ দুৰ্ঘটনাত ৩৩ গৰাকী লোকৰ মৃত্যু…

0 13

পূব আফগানিস্তানৰ পৃথক পৃথক স্থানত কেইবাটাও দুৰ্ঘটনা৷ শোকাৱহ পথ দুৰ্ঘটনাত ৩৩ গৰাকী লোকৰ মৃত্যুৰ তথ্য৷

দুৰ্ঘটনাত আহত হৈছে ১৬ গৰাকী লোক৷ ৰাজধানী কাবুলৰ ছাৰোবী জিলাতো সংঘটিত ১০ টাকৈ দুৰ্ঘটনা৷

ছাৰোবী জিলাত সংঘটিত দুৰ্ঘটনাত শিশু-মহিলাসহ ১৭ গৰাকী লোকৰ মৃত্যু৷

Leave A Reply