Breaking

দৰঙৰ নামখলাত ৩৯সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ…

0 25

দৰঙৰ নামখলাত ৩৯সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । তৃতীয় দিনটোত উদুলি-মুদুলি পৰিবেশ।

মৃন্ময় মূৰ্তিত ভাস্বৰ হৈ উঠিছে ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱৰ পৰা শেষ সময়লৈ বিভিন্ন গৰিমাগাঁথা ।

ৰাসৰ সন্ধিয়া দেখা গৈছে অগণন ভক্তৰ ভিৰ।

ছিপাঝাৰ আৰু কলাইগাওঁ সমষ্টিৰ সংযোগস্থলি নামখলা পৰিণত হৈছে বিভিন্ন জাতি জনজাতিৰ মিলনভূমিত।

Leave A Reply