Breaking

IPLৰ ২০২৩ৰ নিলামত স্থান পালে অসমৰ ৪ ক্ৰিকেটাৰে…

0 77

IPLৰ ২০২৩ৰ নিলামত স্থান পালে অসমৰ ৪ ক্ৰিকেটাৰে।

নিলামত স্থান লাভ কৰা অসমৰ খেলুৱৈকেইজন হ’ল আকাশ সেনগুপ্তা, মৃন্ময় দত্ত, মোক্তাৰ হুছেইন আৰু সুমিত ঘাদিগাঁওকাৰ।

BCCI-এ ঘোষণা কৰিলে ডুবাইত IPLৰ নিলাম হ’ব লগা খেলুৱৈৰ তালিকা।

Leave A Reply