Breaking

মাদ্ৰাছা ভাঙি পেলোৱাৰ বাবে উত্তপ্ত পৰিস্থিতি, ৪ জন নিহত, ১০০ জনৰো অধিক আহত

0 34

উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷

মাদ্ৰাছা ভাঙি পেলোৱাৰ বাবেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

উত্তৰাখণ্ডৰ হালদ্বানীত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল মাদ্ৰাছাখন, যাৰ বাবে ভাঙি পেলোৱা হয়।

দুই ফৈদৰ মাজত হোৱা হতাহতিত ৪ জন নিহত, ১০০ জনৰো অধিক লোক আহত৷

Leave A Reply