ৰাজস্থানৰ কোটাত ভয়ংকৰ দুৰ্ঘটনা।
পথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা তীৰ্থযাত্ৰী কঢ়িওৱা বাহনৰ।
দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু, কেইবাজনো আহত।
উদয়পুৰৰ শম্ভুপুৰাৰ সমীপত সংঘটিত এই দুৰ্ঘটনা।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল মুঠ ১৬ জনকৈ লোক।