Breaking

৪ শতাংশ মুছলমান সংৰক্ষণ অসাংবিধানিক: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

0 89

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে আমাৰ সংবিধানত ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ কোনো ব্যৱস্থা নাই আৰু মুছলমানৰ বাবে ৪% সংৰক্ষণ অসাংবিধানিক।

ইয়াৰ পূৰ্বে শ্বাহে কয় যে বিজেপিয়ে মুছলমান সংৰক্ষণৰ অনুমতিও নিদিয়ে আৰু ৰাজ্যত লিংগায়ত সংৰক্ষণ হ্ৰাস কৰিবলৈও অনুমতি নিদিয়ে।

Leave A Reply