Breaking

ৰঙিয়াত হাতে-লোটে গ্ৰেপ্তাৰ কৰা চোৰৰ ৪০ টাকৈ চুৰি ম’বাইল জব্দ…

0 32

 ৰঙিয়াত শনিবাৰে সন্ধিয়া আৰক্ষীয়ে ৩জন ম’বাইল চোৰক গ্ৰেপ্তাৰ কৰে। ধৃত চোৰ কেইটা হ’ল ৰৌহিন চৌহান,মুকেশ বেলদাৰ আৰু বিজয় মৌহিত।

ঘটনা অনুসৰি ৰঙিয়া ৰে’লৱে ষ্টেচনৰ তেজিনা লজত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ

নেতৃত্বত এটা দলে অভিযান চলাই ধৃত চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইফালে হাতে-লোটে গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ পৰা ৪০ টাকৈ চুৰি ম’বাইল জব্দ কৰে।

Leave A Reply