Breaking

৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা ! মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ নিৰ্বাচনৰ দিন ঘোষণা…

0 49

৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা। মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ নিৰ্বাচনৰ দিন ঘোষণা।

তেলেংগানা, মিজোৰামৰ নিৰ্বাচনৰ দিনো ঘোষণা। বিধানসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সংবাদমেল। সংবাদমেল সম্বোধন মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ।

মুঠ ৬৭৯খন আসনত হ’ব নিৰ্বাচন। ৬০.২ লাখ নতুন ভোটাৰে প্ৰথমবাৰৰ বাবে কৰিব ভোটদান।

Leave A Reply