Breaking

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ পৰা জব্দ প্ৰায় ৫০ কেজি গাঞ্জা…

0 18

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ পৰা জব্দ প্ৰায় ৫০ কেজি গাঞ্জা।

গাঞ্জাসহ এটা সৰবৰাহকাৰীক আটক GRPৰ। ধৃত সৰবৰাহকাৰীটো বিহাৰৰ পুৰুষোত্তম কুমাৰ।

নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা জব্দ গাঞ্জাখিনি। ডিমাপুৰৰ পৰা বিহাৰলৈ সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি।

Leave A Reply