Breaking

ইউ পি এছ চিত ৫৫২ নম্বৰ স্থান লাভ নগাঁৱৰ ভাস্বত শইকীয়াৰ…

0 15

ইউ পি এছ চি পৰীক্ষাৰ ফলাফলত উজ্বলিল নগাঁৱৰ ভাস্বত শইকীয়া। UPSC ত 552 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাস্বত শইকীয়া। পূৰ্বে আই এফ এছত স্থান লাভ কৰিছিল ভাস্বত শইকীয়াই।

পুনৰ এবাৰ UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ ৫৫২ নম্বৰ স্থান দখল কৰে ভাস্বত শইকীয়াই। এগৰাকী আই এ এছ অথৱা আই পি এছ বিষয়া হিচাপে সেৱা আগবঢ়োৱাৰ সপোন ভাস্বত শইকীয়াই।

কিন্তু ভাস্বত শইকীয়াই ঘৰতেই চলাইছিল upscৰ প্ৰস্তুটো। নগাঁৱৰ ডিফলুৰ বীৰেন্দ্ৰ নাথ শইকীয়া আৰু দিব্যজ্যোতি বৰাৰ পুত্ৰ ভাস্বত সাফল্যত উৎফুল্লিত পৰিয়ালৰ লগতে নগাঁওবাসী ।

Leave A Reply