February 8, 2021 দেশত বৰ্তমানলৈ ৫৮ লাখ লোকক কভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান Share FacebookTwitterWhatsAppTelegramKooEmail দেশত বৰ্তমানলৈ ৫৮ লাখতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে যোৱা ২৪ ঘণ্টাত ২৮ হাজাৰতকৈয়ো অধিক স্বাস্থ্যকৰ্মীক এই ছিটা প্ৰদান কৰা হৈছে। Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026