Breaking

৬.০ প্ৰাব্যলৰ ভূঁইকঁপে পুনৰ জোকাৰিলে জাপানক…

0 14

৬.০ প্ৰাব্যলৰ ভূঁইকঁপে পুনৰ জোকাৰিলে জাপানক।

উত্তৰ-পূব জাপানৰ ফুকচিমা অঞ্চলত ভূমিকম্প ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্ৰা ৬.০।

ভূমিকম্পৰ কেন্দ্ৰৰ গভীৰতা ৪০ কিলোমিটাৰ (২৫ মাইল) আৰু টকিঅ’তো অনুভৱ কৰা এই ভূমিকম্পৰ পিছত কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই বৰ্তমানলৈকে।

Leave A Reply