Breaking

মঙলবাৰে নিশা পাকিস্তানত ৬.৬ প্ৰাৱল্যৰ ভূমিকম্প! নিহত ৯ জন…

0 55

আফগানিস্তানত ৬.৬ ৰ ভূমিকম্প! ৯ জন নিহত, মঙলবাৰে সন্ধিয়া উত্তৰ আফগানিস্তানত ৬.৬ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত দিল্লী-এনচিআৰ অঞ্চলকে ধৰি উত্তৰ ভাৰতত তীব্ৰ ভূমিকম্পৰ সৃষ্টি হয়। ভূমিকম্পৰ ফলত দিল্লী-এনচিআৰ অঞ্চলকে ধৰি উত্তৰ ভাৰতত তীব্ৰ কম্পন সৃষ্টি হয়।

খবৰ অনুসৰি তুৰ্কমেনিস্তান, ভাৰত, কাজাখস্তান, পাকিস্তান, তাজিকিস্তান, উজবেকিস্তান, চীন, আফগানিস্তান, কিৰ্গিস্তানত এই ভূমিকম্প অনুভৱ কৰা হয়।

Leave A Reply