Breaking

কাছাৰত বজ্ৰপাতত আহত ৬জনকৈ শ্রমিক…

0 23

কাছাৰত বজ্ৰপাতত আহত ৬জনকৈ শ্রমিক
দিগুনচৰা চাহ বাগিচাত সংঘটিত এই ঘটনা


বাগিচাত কাম কৰি থাকোঁতেই বজ্ৰ পৰি আহত শ্রমিককেইজন
আহত শ্রমিকসকলক শিলচৰ মেডিকেলত ভর্তি


আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক

Leave A Reply