Breaking

মৰিগাঁৱতো AAMSA ৰ ৮ দিনীয়া কাৰ্যসূচীৰ আন্দোলন আৰম্ভ

0 2,016

আজিৰে পৰা অসম স্বাস্থ্য সেৱা সন্থা চমুকৈ 𝐀𝐀𝐌𝐒𝐀, মৰিগাঁও গোটে এলানী আন্দোলন ঘোষণাৰে আৰম্ভ কৰিছে তেঁওলোকৰ ৮ দিনীয়া কাৰ্য্যসূচী আন্দোলন। দীৰ্ঘদিন ধৰি ন্যায্য প্ৰাপ্তিৰ অসম স্বাস্থ্য সেৱা খণ্ডৰ সৰ্বাত্মক উন্নতিৰ কাৰণে কাম কৰি আহিছে।কিন্তু সন্থা অথবা সন্থাৰ কৰ্মকৰ্তাসকলে আজি পৰ্য্যন্ত নাপালে তেঁওলোকৰ ন্যায্য প্ৰাপ্তি। 𝐀𝐀𝐌𝐒𝐀 মৰিগাঁও গোটৰ এই ৮ দিনীয়া আন্দোলন কাৰ্য্যসূচীত তেঁওলোকে জনাই
 ১৯ অক্টোবৰত ৩ ঘণ্টাৰ বাবে বৰ্হিবিভাগ সমূহ সম্পূৰ্ণৰূপে বৰ্জন২২ অক্টোবৰত বৰ্হিবিভাগ সম্পূৰ্ণৰূপে বৰ্জন২৬,২৭,২৮ অক্টোবৰত বৰ্হিবিভাগ সম্পূৰ্ণৰূপে বৰ্জন১,২,৩ নবেম্বৰত বৰ্হিবিভাগ সম্পূৰ্ণৰূপে বৰ্জন এনেদৰে 𝐀𝐀𝐌𝐒𝐀 মৰিগাঁও গোটৰ এই প্ৰতিবাদ আজিৰে পৰা ৩ নবেম্বৰ পৰ্য্যন্ত অব্যাহত থাকিব।আহক সন্থাই প্ৰতিবাদ সন্দৰ্ভত কি ক’লে শুনো। 

Leave A Reply