Breaking

ভুৱা বাতৰি প্ৰচাৰৰ বাবে ২৩নিযুত চাবস্ক্ৰাইবাৰ সৈতে ৮ টা ইউটিউব চেনেল হ’ল ডিলিট

0 174

ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে ২.৩ কোটি চাবস্ক্ৰাইবাৰ থকা ৮টা ইউটিউব চেনেল হ’ল ডিলিট৷

মঙলবাৰে চৰকাৰে কয় যে ভুৱা বাতৰি বিয়পোৱাৰ বাবে মুঠ প্ৰায় ২.৩ কোটি গ্ৰাহক থকা আঠটা ইউটিউব চেনেল বন্ধ কৰিছে।

চেনেল কেইটা হৈছে ইয়াহান সচ দেখো, কেপিটেল টিভি, কেপিএছ নিউজ, চৰকাৰী ভিলগ, আৰ্ন ইণ্ডিয়া টেক, এছপিএন৯ নিউজ, এডুকেচনেল দোষ্ট আৰু ৱৰ্ল্ড বেষ্ট নিউজ।

‘কেপিটেল টিভি’ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ ভুৱা বাতৰি প্ৰচাৰ কৰিছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

Leave A Reply