Breaking

মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনাত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু…

0 1,000

মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু।

নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই ঘটনা। ফেৰীখনত আছিল সৰ্বমুঠ ১২০জন যাত্ৰী। এই পৰ্যন্ত উদ্ধাৰ ৫জন যাত্ৰীক।

লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ সময়তে নামপুলা উপকূলত সংঘটিত হয় এই দুৰ্ঘটনা।

Leave A Reply