Breaking

আমেৰিকাৰ এখন থিয়েটাৰত মাত্ৰ ৯৮ ছেকেণ্ডতে বিক্ৰী গ’ল ৯৩২ খন ‘আৰ আৰ আৰ’ ছবিৰ টিকট

0 64

‘আৰ আৰ আৰ’ৰ ইতিহাস চিত্ৰনাট্য, আমেৰিকাৰ এখন থিয়েটাৰত মাত্ৰ ৯৮ ছেকেণ্ডতে বিক্ৰী হৈ গ’ল ৯৩২ খন টিকট। অস্কাৰ অভিযানৰ সময়ত এছ এছ ৰাজামৌলিৰ আৰ আৰ আৰ য়ে নিজৰ দৃশ্য আৰু কাহিনীৰ দ্বাৰা পশ্চিমৰ চিনেমা দৰ্শকক আচৰিত কৰি ৰাখিছে। বিয়ণ্ড ফেষ্টে আয়োজন কৰা encoRRRe অনুষ্ঠানৰ অংশ হিচাপে ৯ জানুৱাৰীত টিচিএল চাইনিজ আইমেক্স থিয়েটাৰত প্ৰদৰ্শিত হ’ব ছবিখন।

৯৮ ছেকেণ্ডৰ অভিলেখ ভংগকাৰী সময়ত শ্ব’টোৰ ৯৩২খন টিকটৰ সকলোবোৰ বিক্ৰী হৈ যোৱাটো আচৰিত কথা।২০২৩ চনত গোল্ডেন গ্ল’বছৰ মাত্ৰ কেইদিনমান পূৰ্বে এই প্ৰদৰ্শনীত উপস্থিত থাকিব এছ এছ ৰাজামৌলি, ৰাম চৰণ, জুনিয়ৰ এন টি আৰ, আৰু সুৰকাৰ এম এম কীৰাবাণী।


খবৰটো দেখাৰ পিছতে অনুৰাগীসকলে আচৰিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এজন অনুৰাগীয়ে ইয়াক “এটা অসাধাৰণ মুহূৰ্ত” বুলি অভিহিত কৰিছে: “।

Leave A Reply