অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ: উত্তৰ পুৰ্বাঞ্চলৰ গ্ৰহৰত্ন আৰু হীৰাৰ ব্যৱসায়ত অন্যান্য সংযোজন ঘটাই পানবজাৰস্হিত জিঅ’ জেমছ জেনুইন প্ৰাইভেট লিমিটেডে আজি মুকলি কৰে দুটাকৈ নতুন ব্ৰেন্ড ৷ মহানগৰীৰ পানবজাৰৰ স্হিত হোটেল মে’ ফ্লাৱাৰত আয়োজিত এক অনুষ্ঠানত জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু নিশিতা গোশ্বামীয়ে কোম্পানীটোৰ ব্ৰেন্ড দুটা আনুষ্ঠানিকভাবে মুকলি কৰে ৷ মন মৰমী মহন্তই আতধৰা অনুষ্ঠানত জিঅ’ জেমছৰ সঞ্চালক চিত্ৰা কৰ্মকাৰ আৰু পৰিচালনা সঞ্চালক গোপাল কৰ্মকাৰে অনুষ্ঠানত উপস্থিত থাকি জানিবলৈ দিয়ে যে এতিয়াৰ পৰা পানবজাৰৰ ড°জেচি গোশ্বামী পথত থকা জিঅ’ ডাইমন্ডৰ পৰা গ্ৰাহকে নুন্যতম মূল্যত প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব ৷ প্ৰতিষ্ঠানটোৱে দেশৰ বিভিন্ন প্ৰান্তত অনলাইন যোগে গ্ৰাহকক গ্ৰহৰত্নৰ লগতে হীৰাৰ গহনা যোগান ধৰা অহাৰ কথা সদৰি কৰে সঞ্চালক চিত্ৰ কৰ্মকাৰে ৷ গ্ৰাহক সকলে ১৮০০১২০৯৮৯৫, ০৩৬১ ৩৫৫৯৩৮৭ নম্বৰত যোগাযোগ কৰিব পাৰিব গ্ৰাহক সকলে ৷ উল্লেখ্য যে আজি এই জিঅ’ বেন্ড মুকলি অনুষ্ঠানৰ পিছত ফেশ্বন শ্বোৰ আয়োজন কৰা হয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নতুন নিয়মঃ এখন বিয়াত এবিধতকৈ অধিক ব্যঞ্জন প্ৰস্তুত নকৰাই ভাল! নিয়ম কঠোৰভাৱে বলবৎ হ’ব…
- ৪০০ বছৰীয়া পুৰণি মন্দিৰত সিদ্ধাৰ্থৰ সৈতে গোপনে বাগদান অদিতিৰ! গোপন এংগেজমেণ্টৰ আঁৰৰ কাহিনী জানক…
- নাৰিকল তেলঃ ৰন্ধা-বঢ়াৰ পৰা সৌন্দৰ্যলৈকে, কিয় নাৰিকল তেল আপোনাৰ বাবে অতি উপকাৰী জানেনে…
- দক্ষিণ ব্ৰাজিলত প্ৰচণ্ড বৰষুণৰ ফলত ১০ জনৰ মৃত্যু! ২১জন নিৰুদ্দেশ…
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…