December 24, 2023 আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে’ স্মাৰক বঁটা ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ প্ৰদান… Share FacebookTwitterWhatsAppTelegramKooEmail আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা-২০২৩’ ঘোষণা। ব্ৰহ্ম লোক সংস্কৃতিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ এই বঁটা। ২৭ ডিচেম্বৰত চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিস্থলীত আছুৱে প্ৰদান কৰিব বঁটা। Related Articles চিকাগোৰ কনভেনচনত আইমী বৰুৱাই দাঙি ধৰিলে অসমীয়া সংস্কৃতি Aimee Baruah দৈনন্দিন বাৰ্তা - July 8, 2025 সাংবাদিক আক্ৰমণৰ ঘটনাত উদ্বিগ্ন অসম বাৰ্তাজীৱী সংঘৰ ৰাজ্যজুৰি আন্দোলনসূচী ঘোষণা । সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইন প্ৰণয়নৰ দাবী । Assam Bartajibi Sangha দৈনন্দিন বাৰ্তা - July 7, 2025 “ৰুদ্ৰ”ক লৈ দৰ্শকৰ উৎসাহ – অসমত চিনেমা হল বৃদ্ধি হ’বই লাগিব : ৰবি শৰ্মা । Rudra দৈনন্দিন বাৰ্তা - July 4, 2025